Posts in category

লোকতথ্য


চৰাইদেউৰ বৰপথাৰ গাঁৱত আহোম যুগৰ অক্টাগ’নেল মুদ্ৰাৰ লগতে মোগলৰ মুদ্ৰা উদ্ধাৰ

Read More

বাৰেৰহণীয়া কাৰ্য্যসূচীৰে মঙলবাৰে নগাৱঁত বিশ্ব সাধুকথা দিৱস পালন

Read More

সাধুকথা

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চৰাইদেউ, ২ মাৰ্চ, ২০১৯ঃ- চৰাইদেউৰ জিলা বৰহাটৰ ঐতিহাসিক বৰপথাৰ গাঁৱত উদ্ধাৰ হ’ল কেতবোৰ ৰজাদিনীয়া মুদ্ৰা। প্ৰাপ্ত তথ্য অনুসৰি, এনৰেগা আঁচনিৰ জৰিয়তে চলি থকা পুখুৰীৰ খনন কাৰ্যত এটা ৰজাদিনীয়া কলহত আহোম যুগৰ অক্টাগ’নেল মুদ্ৰাৰ লগতে মোগলৰ মুদ্ৰা উদ্ধাৰ হয়। উল্লেখযোগ্য যে, আহোম ৰাজত্বকালত আঠকোণীয়া মুদ্ৰাৰ প্ৰচলন আছিল আৰু চৰাইদেউত আহোম দিনৰ মুদ্ৰাৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাওঁ, ২০ মাৰ্চ, ২০১৮ঃ- বিশ্ব সাধুকথা দিৱসত নাতিক সাধু কলে  ৯৬ বছৰীয়া লেখিকা  সৌজন্যময়ী ভট্টাচাৰ্য্যই। প্ৰপ্ত তথ্য অনুসৰি, মঙলবাৰে নগাঁৱত আইতা সৌজন্যময়ী ভট্টাচাৰ্য্যৰ চোতালত পালন কৰা হয় বিশ্ব সাধুকথা দিৱস। অসম লেখিকা সংস্থাৰ নগাঁও শাখা আৰু অকণিৰ সাহিত্য সভাই আয়োজন কৰা সাধুৰ সভাত সৌজন্যময়ী ভট্টাচাৰ্য্যই শিশু সকলক লক্ষ্য কৰি কেইবাটাও সাধু …

ভাষা এটাৰ জন্মৰ লগে লগে সাধুকথাৰো জন্ম সংলগ্ন। পৃথিৱীৰ প্ৰতিখন দেশৰ প্ৰতিখন সমাজেই সাধুকথাৰ দ্বাৰা প্ৰভাৱিত। সেই প্ৰতিখন সমাজৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক দিশৰ ছবিসমূহ প্ৰতিফলিত হয় সেই সাধুকথাবোৰত। অৱেশ্যে গাঁৱৰ পটভূমিতে সাধুকথাৰ সৃষ্টি হোৱা বুলি বহুতে ক’ব খোজে। শিশুৰ মন, কল্পনা, ভাৱনাৰ ওপৰত ক্ৰিয়া কৰা ৰসাল সাধুকথাবোৰে সদায়েই বিভিন্ন বয়সৰ ব্যক্তিক আকৰ্ষিত কৰি আহিছে। সেয়েহে …