Posts in category

মনোৰঞ্জন

Category description is an optional

৪ মাৰ্চত আখৈফুটীয়াত ‘শ্ৰী শ্ৰী ৰামায়ণ’ গৰখীয়া ভাওনা

Read More

শিৱসাগৰৰ পৰা আছিফ আলিৰ ৰিপৰ্ট, ১৯ ফেব্ৰুৱাৰী, ২০১৮ঃ- শিৱসাগৰ জিলাৰ আখৈফুটীয়া অঞ্চলত আয়োজন কৰা হৈছে ‘শ্ৰী শ্ৰী ৰামায়ণ’ গৰখীয়া ভাওনা। প্ৰাপ্ত তথ্য অনুসৰি, আখৈফুটীয়া যুৱ সমাজৰ উদ্যোগত অহা ৪ মাৰ্চ তাৰিখে আখৈফুটীয়া ৰংগমঞ্চত আয়োজন কৰা হৈছে উক্ত ভাওনাখনি। সেয়েহে দেওবাৰে অনুষ্ঠিত হ’বলগা ভাওনাখন উপভোগ কৰিবলৈ সমূহ ৰাইজক উদযাপন সমিতিৰ তৰফৰ অনুৰোধ জনাইছে।