Posts in category

পৰ্যটন


নামতিৰ ধোদৰ আলিত দ্ৰুতবেগী বাইকৰ খুন্দাত ২জনৰ মৃত্যু; কণমানি শিশুসহ কেইবাজনো আহত

Read More

লখিমপুৰত ৩ খনকৈ দলঙৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Read More

ৰাজ্যসভাত কংগ্ৰেছে গৃহীত হ’বলৈ নিদিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬; দিল্লীত সংবাদমেলযোগে সাংসদ গৌৰৱ গগৈৰ মন্তব্য

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নামতি, ১৭ নৱেম্বৰ, ২০১৯ঃ- শনিবাৰে শিৱসাগৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰৰ নামতিৰ ধোদৰ আলিত AS04-W-1632  নাম্বাৰৰ এখন দ্ৰুতবেগী বাইকে কেইবাজনো লোকক মহতিয়াই নিয়াত ৫জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোককেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথত আলহাজ মৌলানা ডাউদ হুছেইন আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৫ মে’, ২০১৯ঃ- বহু উৎকন্ঠাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ চূড়ান্ত ফলাফল। বুধবাৰে পুৱা ৯ বজাৰ লগে লগে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধীনত অনুষ্ঠিত হোৱা ২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যজুৰি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., লখিমপুৰত, ৪ মাৰ্চ, ২০১৯ঃ- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত আজি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ৩ খনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মন্ত্ৰীগৰাকীয়ে মহৰা চাপৰি ক্লিক ঘাট, চিঙিমাৰি ঘাট আৰু আপালাঘাট মৰাশিমলুগুৰী ঘাটত নিৰ্মাণ হ’বলগীয়া দলং তিনিখনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু ৰণোজ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., দিল্লী, ৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- ৰাজ্যসভাত কংগ্ৰেছে গৃহীত হ’বলৈ নিদিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬। এক সংবাদমেলযোগে দিল্লীত এই মন্তব্য প্ৰকাশ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে, কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আহ্বানত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সম্পাদকৰ বৈঠকত এই বিষয়ে সৱিশেষ আলোচনা কৰা হয় বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ৯ ডিচেম্বৰ, ২০১৮ঃ- সোমবাৰে তেজপুৰৰ বাটামাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বাটামাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত  তীব্ৰবেগত অহা এখন অজ্ঞাত বাহনৰ খুন্দাত উদয় দাস নামৰ বাইক আৰোহীজন নিহত হয়। উল্লেখযোগ্য যে, উক্ত পথ দুৰ্ঘটনাটোত ঋতুপৰ্ণ সৰকাৰ নামৰ আন এজন লোকো আহত হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ২৭ নৱেম্বৰ, ২০১৮ঃ- আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মঙলবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ নগৰৰ যুৱ দল প্ৰেক্ষাগৃহত আভ্যন্তৰীন জল পৰিবহন বিভাগৰ সঞ্চালক তথা নিৰ্বাচন পৰ্যবেক্ষক ভাৰত ভূষণ দেৱ চৌধৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পঞ্চায়ত নিৰ্বাচনৰ আচৰণ বিধি, ব্যয়ৰ সীমা, প্ৰচাৰ প্ৰক্ৰিয়াৰ নিয়ম-নীতি আদি বিষয়ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শোণিতপুৰ, ২৩ নৱেম্বৰ, ২০১৮ঃ- শোণিতপুৰত উদযাপিত হ’ল চাহ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ জন্মদিৱস। প্ৰাপ্ত তথ্য অনুসৰি, শ্ৰমিক নেতাজনৰ জন্মদিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত শোণিতপুৰ জিলাৰ ৰঙাপাৰাত ‘দ্বিতীয় শ্ৰমিক কল্যাণ দিৱস’ৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি শ্ৰমিক নেতাগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে তেখেতলৈ শ্ৰদ্ধাঞ্জলি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,যোৰহাট, ৩০ ছেপ্টেম্বৰ, ২০১৮ঃ- অসম চৰকাৰৰ উত্তৰণ আঁচনিৰ ‘চিগনেচাৰ প্ৰজেক্ট’ৰ অধীনত টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ৰূপায়িত হ’বলগীয়া চাহ পৰ্যটন কেন্দ্ৰস্থলৰ আধাৰশিলা দেওবাৰে স্থাপন হয়। প্ৰাপ্ত তথ্য অনুসৰি, উক্ত চাহ পৰ্যটন কেন্দ্ৰস্থলটোৰ আধাৰশিলা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থাপন কৰে। উল্লেখযোগ্য যে, দেওবাৰৰ এই কাৰ্যসূচীটোত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গাজিয়াবাদ, ২৪ জুলাই, ২০১৮ঃ- অৱশেষত চি.বি.আই. আদালতত আত্মসমৰ্পণ কৰে আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত অভিযুক্ত নয়দা প্ৰাধিকৰণৰ প্ৰাক্তন মুখ্য অভিযন্তা যাদৱ সিংহৰ পুত্ৰই। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নতুন দিল্লীৰ গাজিয়াবাদত চি.বি.আই.ৰ আদালতৰ ন্যায়াধীশ ৰাকেশ চৌধাৰীৰ আগত পুত্ৰ ছানী সিংসই আত্মসমৰ্পণ কৰে। উল্লেখযোগ্য যে, আয়তকৈ অধিক সম্পত্তি ৰখাৰ গোচৰত অভিযুক্ত হৈ ছানীক বিচাৰি …

নগাঁৱৰ পৰা মৃণাল লস্কৰৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৯ জুলাই, ২০১৮ঃ- নগাঁও জিলাত পানীত পৰি দুজন যুৱকৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি,জিলাখনৰ কামপুৰৰ উত্তৰ চাংচকী নাথ গাঁৱৰ দুই যুৱক ক্ৰমে পৰাগ জ্যোতি নাথ(১৭) আৰু জোনমণি নাথ(১৭)এ বৃহস্পতিবাৰে দিনৰ ১ মান বজাত কপিলী নদীত গা ধুই থকা …