Posts in category

আচৰ্যকৰ


নতুন বিশ্ব অভিলেখেৰে মাত্ৰ ৪২ দিনত নাঁৱেৰেই সমগ্ৰ পৃথিৱী জুখিলে ফ্ৰান্সৰ গাবাৰ্টে

Read More

বিশেষ সঁচৰ কঠাঁলৰ দ্বাৰা দেশজুৰি শিৰোনামত কৰ্নাটকৰ খেতিয়ক

Read More

চেল্ফিৰে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা বান্দৰলৈ পেটাৰ সন্মানীয় পাৰচ’ন অৱ দ্যা ইয়েৰ’ৰ খিতাপ

Read More

অনলাইন ডেস্ক, ১৮ ডিচেম্বৰ, ২০১৭ঃ-  দেওবাৰে ফ্ৰান্কোইচ গাবাৰ্ট নামৰ ফ্ৰান্সৰ এগৰাকী ব্যক্তিয়ে নাঁও যাত্ৰাৰে সমগ্ৰ পৃথিৱীখনৰ জোখ ল’বলৈ আৰম্ভ কৰা অভিযান সমাপ্ত কৰি এটি বিশ্ব অভিলেখ স্থাপন কৰে। মাত্ৰ ৪২ দিন, ১৬ ঘন্টা, ৪০ মিনিট আৰু ৩৫ ছেকেণ্ড সময়ত তেখেতে এই যাত্ৰা সম্পূৰ্ণ কৰে। ৩৪ বৰ্ষীয় নাৱিক ফ্ৰান্কোইচে ফ্ৰান্সৰ উত্তৰ পশ্চিম টিপ আৰু ইংলেণ্ডৰ দক্ষিণ- …

অনলাইন ডেস্ক, ৭ ডিচেম্বৰ, ২০১৭ঃ কৰ্ণাটকৰ এজোপা কঠাঁল গছৰ সঁচে শেহতীয়াকৈ নিজৰ বিশেষ উপকাৰী গুণৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ তুমকুৰ জিলাৰ চেলুৰ গাঁৱৰ খেতিয়ক এছ. এছ. পৰমেশৰ ঘৰত অৱস্থিত এক বিশেষ সঁচৰ কঠাঁল গছত অধিক পৰিমাণৰ পুষ্টিকৰ উপাদান আছে আৰু ই স্ৱাস্থ্যৰ বাবে বহুত লাভদায়ক। উল্লেখ্য যে …

অনলাইন ডেস্ক, ৬ ডিচেম্বৰ, ২০১৭ঃ এই বিশ্বত নিতৌ বহুতো আচৰিত ঘটনা ঘটি থাকে যিয়ে প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। তেনে এক আচৰিত ঘটনাই ঘটিল ইন্দোনেছিয়াত। দেশখনৰ এটা বান্দৰে চেল্ফি তুলি লাভ কৰিলে ‘পাৰচ’ন অৱ দ্যা ইয়েৰ’ৰ সন্মানীয় খিতাপ। আমেৰিকাৰ কপিৰাইট আইনৰ ক্ষেত্ৰত এক ঐতিহাসিক ঘটনাৰ সৃষ্টি কৰা এই বান্দৰটোক মংগলবাৰে পশু অধিকাৰৰ …