Posts in category

অন্যান্য


COVID-19বিৰোধী যু‍ঁজত নিয়োজিত ভাৰতীয় চিকিৎসাকৰ্মীলৈ TIKTOKৰ ১০০কোটি মূল্যৰ হাজমাট চ্যুট আৰু মাস্ক

Read More

COVID-19বিৰোধী যুঁজলৈ জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আইমী বৰুৱাৰ ১ লাখ টকাৰ অনুদান

Read More

COVID-19বিৰোধী যুজঁ; ‘বাহুবলী’খ্যাত অভিনেতা প্ৰভাসৰ ৪ কোটিৰ অনুদান

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ এপ্ৰিল, ২০২০ঃ- COVID-19বিৰোধী যু‍ঁজত নিয়োজিত ভাৰতীয় চিকিৎসাকৰ্মীসকললৈ জনপ্ৰিয় এপ TIKTOKএ আগবঢ়াব হাজমাট চ্যুট আৰু মাস্ক। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনত অতিকৈ জনপ্ৰিয় TIKTOKএ প্ৰায় ৪ লাখ হাজমাট চ্যুটৰ লগতে মাস্ক আগবঢ়াব বুধবাৰে। উল্লেখযোগ্য যে, এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ তেওঁলোকে অতি শীঘ্ৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ হাতত অপৰ্ণ কৰিব বুলি জানিব পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০২০ঃ- সমগ্ৰ বিশ্বৰ আন আন ঠাইৰ লগতে আমাৰ দেশত তাণ্ডৱ অব্যাহত ৰখা মাৰাত্মক ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰক আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে ন্ত্ৰী পিয়ুষ হাজৰিকাৰ পত্নী তথা জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আইমী বৰুৱাই। ফেচবুকত নিজৰ পেইজৰ পৰা আপলোড কৰা এক ভিডিওৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি তেখেতে COVID-19বিৰোধী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৯ মাৰ্চ, ২০২০ঃ- মাৰাত্মক ক’ৰোণা ভাইৰাছৰ সাম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে প্ৰযোজ্য হৈ আছে ২১ দিনীয়া লকডাউন। কিন্তু এই লকডাউনৰ সময়ছোৱাত নিজৰ এটা টুইটৰ জৰিয়তে বিশেষ চৰ্চালৈ আহিছে বলিউডৰ চুপাৰষ্টাৰ ঋষি কাপুৰ। প্ৰাপ্ত তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত চৰকাৰক অন্ততঃ গধূলি সময়ত সুৰাৰ দোকানসমূহ খোলাৰ বাবে আহ্বান জনাইছে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- সংহাৰী COVID-19বিৰোধী যুঁজত এইবাৰ নিজৰ মহানুভৱতাৰ পৰিচয় দিলে বাহুবলী’খ্যাত অভিনেতা প্ৰভাসে। প্ৰাপ্ত তথ্য অনুসৰি, জনপ্ৰিয় অভিনেতাগৰাকীয়ে চৰকাৰলৈ আগবঢ়ালে ৪ কোটি টকাৰ অনুদান। জানিব পৰা মতে প্ৰভাসে প্ৰধানমন্ত্ৰী সাহায্য  পুঁজিলৈ ৩ কোটি টকা আগবঢ়োৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা এই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ক্ৰমে ৫০ লাখকৈ ধন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- COVID-19এ বৰ্তমান সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষতো নিজৰ সংহাৰী ৰূপ অব্যাহত ৰখাৰ সময়ত ভাৰত চৰকাৰৰ কাষত সহায়ৰ সাৰথিৰূপে থিয় দিছে বলিউডৰ বিশিষ্ট অভিনেতা অক্ষয় কুমাৰ। প্ৰাপ্ত তথ্য অনুসৰি, জনপ্ৰিয় অভিনেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্য পুঁজিলে ২৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে, অক্ষয় কুমাৰে বিভিন্ন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ মাৰ্চ, ২০২০ঃ- মাৰাত্মক ক’ৰোণাৰ সন্ত্ৰাসৰ মাজতেই অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। প্ৰাপ্ত তথ্য অনুসৰি, অসম চৰকাৰৰ COVID-19বিৰোধী যুঁজত সহায়ৰ হাত আগবঢ়ালে অভিনেতাগৰাকীয়ে। অভিনেগৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধিলৈ ব্যক্তিগতভাৱে এক লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা শুক্ৰবাৰে যতীন বৰাই ঘোষণা কৰে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বৰপেটা, ৪ এপ্ৰিল, ২০১৯ঃ- অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ‘বৰপেটা বঁটা’। প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট অসমীয়া অভিনেত্ৰীগৰাকীলৈ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’ আগবঢ়াইছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো সত্ৰনগৰী বৰপেটাৰ নামত ছাত্ৰ সন্থাই পহিলা ব’হাগৰ দিনটোত তেওঁক এই সন্মানীয় বঁটাটি প্ৰদান কৰিব।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ মাৰ্চ, ২০১৯ঃ- যেন সফলতাৰ আন এক নামেই হৈ পৰিছে ৰীমা দাস। কাৰণ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ জীয়ৰীগৰাকী। প্ৰাপ্ত তথ্য অনুসৰি, ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ আগবঢ়োৱা হ’ল ‘Someone to Watch’ পুৰস্কাৰ। মন কৰিবলগীয়া কথা যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈঁ এই পুৰস্কাৰ আগবঢ়োৱা …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী, ২০১৯ঃ- সোমবাৰে অনুষ্ঠিত হ’ল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা ‘অস্কাৰ’ প্ৰদান অনুষ্ঠান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লজ এঞ্জেলজৰ দ’লবে থিয়েটাৰত আয়োজিত ৯১ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত বিজয়ীসকলক অস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, এই অনুষ্ঠানত ‘Green Book’ ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰাৰ বিপৰীতে ‘Bohemian Rhapsody’ ছবিৰ বাবে ৰামি মালেকে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ইয়াৰোপৰি, ‘The Favourite’ চলচ্চিত্ৰৰ বাবে অলিভিয়া ক’লমেনলৈ শ্ৰেষ্ঠ অভিনেত্ৰী তথা আলফন্সো কুৱাৰনেলৈ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ প্ৰদান কৰা হয়। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০১৯ঃ- ছালমান খানৰ নতুনকৈ আহিবলগীয়া ছবি ‘নোটবুক’ৰ সকলো গানৰ পৰা আতঁৰোৱা হ’ল পাকিস্তানী গায়কক আটিফ আছলামক। প্ৰাপ্ত তথ্য অনুসৰি, পুলবামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই সৰ্বভাৰতীয় চিনেমা সংস্থাই ভাৰতৰ ছবি জগতত পাকিস্তানী গায়ক তথা অভিনেতাক নিষিদ্ধ ঘোষণা কৰাৰ পাছতেই অভিনেতা ছালমান খানে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ছালমান খানৰ লগতে বহুকেইজন প্ৰখ্যাত শিল্পীয়ে অভিনয় কৰা নতুনকৈ আহিব লগা ছবি …