Posts in category

খাদ্য


সোৱাদৰ সন্ধানত মনোৱাৰাঃ প্ৰথম খণ্ড

Read More

দেওবৰীয়া বিশেষঃ মটন বিৰিয়ানি

Read More

ঈদ বিশেষঃ শ্বাহী শ্বীৰ খুৰমা

Read More

ৰিপাব্লিক এন. ই., ডট কমত নতুনকৈ সংযোজিত হ’ল দৃশ্য-শ্ৰাৱ্য অনুষ্ঠান ‘সোৱাদৰ সন্ধানত মনোৱাৰা’। এই অনুষ্ঠানটোৰ প্ৰথমটি খণ্ডত গুৱাহাটীস্থিত ব্যৱসায়ী জাৱেদ আলি বৰাই দৰ্শকসকলক উদ্দেশ্যি তেখেতৰ হাতৰ বিশেষ ৰেচিপি ‘চিকেন কুৰ্মা’ তৈয়াৰ কৰি দেখুওৱায়। আপুনিও ৰিপাব্লিক এন. ই.ৰ এই বিশেষ খাদ্যৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি নিজৰ হাতৰ সু-স্বাদু খাদ্য সম্পৰ্কে আমাৰ দৰ্শকসকলক অৱগত কৰিব পাৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ +৯১-৯৭০৬১-৬১৫১২, +৯১-৯৭০৬২-৫৭৭৮৫ …

ঈদৰ শুভক্ষণত তেজপুৰৰ ‘জোনমণি আখল’ৰ পৰা বিশেষ ৰেচিপি- মটন বিৰিয়ানি   উপকৰণঃ- খাহী মাংস- ১ কেজি বাচমতি চাউল- ৩ কাপ (১/২ ঘ্ন্টা পানীত তিয়াঁই থ’ব) হালধী গুড়া- ৩/৪ চাহ চামুচ জলকীয়া গুড়া- ২ চাহ চামুচ নিমখ – স্বাদ অনুযায়ী ঘিউ- ২ টেবুল চামুচ ৰিফাইণ্ড তেল- ১ টেবুল চামুচ তেজপাত- এখিলা পিয়াঁজ -৪ টা (মিহিকৈ কাটি ল’ব) বিলাহী- ৩ …

ৰিপাব্লিক এন. ই.ৰ খাদ্যৰ শিতানত তেজপুৰৰ জোনমণিৰ আখলৰ পৰা ঈদ উপলক্ষে আগবঢ়াইছে ‘শ্বাহী শ্বীৰ খুৰমা’ উপকৰণঃ গাখীৰঃ ২ লিটাৰ কেচা চেৱাইঃ ৮০ গ্ৰাম চেনীঃ ১২০ গ্ৰাম ঘিউঃ ২ চামুচ ৰিফাইন তেলঃ ২ টেবুল চামুচ কাজুঃ ১০-১৫ টা কাঠ বাদামঃ ১০-১৫ টা ইলাইছি পাউদাৰঃ ১/৪ চামুচ মাৱা (গাখীৰৰ ছানা)ঃ ১০০ গ্ৰাম খেজুৰীঃ ৫-৬ টা (মিহিকৈ কুটা) কিছমিছঃ ১/৪ কাপ পিস্তাঃ ১/৪ কাপ কেছৰ বা ছেফৰণঃ ১/২ চামুচ কাজু আৰু কাঠ বাদাম মিহিকৈ কাটি ল’ব- ১/৪ কাপ (প্ৰতিটো) প্ৰণালীঃ প্ৰথমে কাজু আৰু কাঠ বাদাম ১ কাপ গাখীৰৰ লগত মিক্সিৰ সহায়েৰে এটা মিহি পেস্ট তৈয়াৰ …

ৰিপাব্লিক এন. ই.ৰ বুধবৰীয়া খাদ্যৰ শিতানত তেজপুৰৰ জোনমণিৰ আখলৰ পৰা আগবঢ়াইছে ‘কণীৰ কেইটামান স্নেক্স বা নাস্তা’।   ১) কণীৰ চালাদ এটা চচপেনত পানী উতলিব দিব। ৪ টা কণী ৮-১০ মিনিট সময়ৰ বাবে কম জুইৰে পানী উতলোৱা পাত্ৰটোৰে ঢাকনী মাৰি সিজিবলৈ দিব। এতিয়া সিজোৱা কণীকেইটাৰ বাকলি গুচাই সৰু-সৰুকৈ কাটি ল’ব। ইয়াৰ পাছত এটা পাত্ৰত টুকুৰা কৰি থোৱা …

ৰিপাব্লিক এন. ই. ডট কমৰ খাদ্যৰ শিতানত তেজপুৰৰ পৰা ‘জোনমণিৰ আখঁল’ৰ বিশেষ ৰেচিপি ‘মাছৰ আঞ্জা’ প্ৰয়োজনীয় সামগ্ৰীঃ- মাছঃ- ২৫০ গ্ৰাম কেচাঁ জলকীয়াঃ- ১টা শুকান জলকীয়াঃ- ২টা বিলাহীঃ- ১টা পিয়াজ(মজলীয়া আকাৰৰ)ঃ- ১টা নহৰুৰ কলিঃ- ৬-৮ টা তেলঃ- ৬ টেবুল চামুচ নাৰিকলৰ পেষ্টঃ- ১/২ কাপ জলকীয়া গুড়িঃ- ১/২ চাহ চামুচ হালধী গুড়িঃ- ১/২ চাহ চামুচ ধনীয়া গুড়িঃ- …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ মাৰ্চ, ২০১৮ঃ- পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম। ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত হ’ল অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনৰ ওপৰত এক বিশেষ অনুষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সমগ্ৰ বিশ্বজুৰি চেনেলটোৰ এংকৰ তথা চেফ চাৰাহ টডৰ ‘Awesome Assam’ নামৰ এক বিশেষ অনুষ্ঠান সম্প্ৰচাৰিত হয়। উল্লেখযোগ্য …

বুধবৰীয়া খাদ্যৰ বিশেষ শিতানত তেজপুৰৰ পৰা জোনমণি আখঁলৰ বিশেষ ৰেচিপি- ‘কচুৰ আঞ্জা’ সামগ্রীঃ- কচুৰ ঠাৰি বা পাতঃ- ১/২ কি’লগ্রাম বিলাহীঃ- ১ টা পিয়াঁজঃ- ১ টা নহৰুৰ কলিঃ- ৬-৭ টা মান কেঁচা জলকীয়াঃ- ২টা হালধী গুড়িঃ- ১ চাহ চামুচ সৰিয়হ তেলঃ- ১ টেবুল চামুচ নিমখঃ- সোৱাদ অনুযায়ী। প্রণালীঃ- প্রথমে কচুৰ ঠাৰিখিনি চাফা কৰি ধুই মিহিকৈ কুটি …

মঙলবাৰৰ খাদ্যৰ শিতানত তেজপুৰৰ জোণমণিৰ আখঁলৰ পৰা বিশেষ ৰেচিপি- ‘চেৱাই পোলাও’ সামগ্রীঃ- চেৱাইঃ- ১ কাপ ৰিফাইন তেলঃ- ১ টেবুল চামুচ মটৰঃ- ১/৪ কাপ বিলাহীঃ- ১/৪ কাপ ধনীয়া পাতঃ- ১/৪ কাপ আলুঃ- ১ টা পিয়াঁজঃ- ১ টা ফুলকবিঃ- ১/৪ টা হালধী গুড়িঃ- ১/২ চাহ চামুচ জলকীয়া গুড়িঃ- ১/৪ চাহ চামুচ কেঁচা জলকীয়াঃ- ২টা নিমখঃ- সোৱাদ অনুযায়ী। …

সোমবাৰৰ খাদ্যৰ শিতানত তেজপুৰৰ জোণমণিৰ আখঁলৰ পৰা বিশেষ ৰেচিপি- ‘কচু জালুকীয়া’   সামগ্রীঃ- কচু পাতঃ- ১/২ কিল’গ্রাম জালুকৰ গুড়িঃ- ২ চাহ চামুচ নহৰু পেষ্টঃ- ১/২ চাহ চামুচ হালধী গুড়িঃ- ১/২ চাহ চামুচ সৰিয়হ তেলঃ- ১ টেবুল চামুচ নিমখঃ- সোৱাদ অনুযায়ী   প্রণালীঃ- প্রথমে কচু পাতখিনি ভালকৈ ধুই মিহিকৈ কুটি লওঁক। ইয়াৰ পাছত এখন কেৰাহীত কচু …

বুধবাৰৰ খাদ্যৰ শিতানত আপোনালোকৰ আগত তেজপুৰৰ পৰা ‘জোনমণিৰ আঁখল’ৰ এক ৰেচিপি ‘ঢেকীয়া শাকৰ চব্জী’ সামগ্রীঃ- ঢেকীয়া পাতঃ- ১/২ কিল’গ্রাম আলুঃ- ২টা সৰিয়হ তেলঃ- ১ টেবুল চামুচ হালধী গুড়িঃ- ১/২ চাহ চামুচ কেঁচা জলকীয়াঃ- ১ টা নিমখঃ- সোৱাদ অনুযায়ী প্রণালীঃ- প্ৰথমে ঢেকীয়া পাতখিনি ভালদৰে ধুই মিহিকৈ কুটি লওঁক। তাৰ পাছত আলুৰ বাকলি গুচাই আলুকেইটা মিহিকৈ কাটি লওঁক। এতিয়া …