Posts in category

সাজ-সজ্জা


ইম্ফলৰ জীয়ৰী ডানুবে থাংজামৰ শিৰত ‘লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট’ ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীৰ মুকুট; ১ম আৰু ২য় ৰাণাৰ্ছআপ গুৱাহাটীৰ জিজ্ঞাসা আৰু অনুষ্কা

Read More

অসমৰ ফেশ্বন জগতৰ বাবে সুখবৰ; সংযুক্তা দত্তলৈ দাদা চাহেব ফাল্কে একচেলেঞ্চ এৱাৰ্ডৰ মনোনয়ন

Read More

ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনভিত্তিক বিশেষ অনুষ্ঠান

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ জুন, ২০১৮ঃ- শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট’ ছিজন–২ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাখনত ইম্ফলৰ জীয়ৰী ডানুবে থাংজামে বিজয়ীৰ খিতাপ পৰিধান কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু অনুষ্কা লেখাৰুৱে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছআপ লাভ …

ডিজিটৈল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ মাৰ্চ, ২০১৮ঃ- অসমীয়া ফেশ্বন জগত তথা সমগ্ৰ অসমবাসীৰ বাবে এটা সুখবৰ। অসমৰ ফেশ্বন জগতৰ এগৰাকী চিৰপৰিচিত ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে দাদা চাহেব ফাল্কে একচেলেঞ্চ এৱাৰ্ডৰ মনোনয়ন। প্ৰাপ্ত তথ্য অনুসৰি, দাদা চাহেব ফাল্কেৰ ১৪৯তম জন্মজয়ন্তীৰ দিনা তেখেতৰ নামেৰে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানৰ বাবে ডিজাইনাৰগৰাকী নাম মনোনীত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ মাৰ্চ, ২০১৮ঃ- পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম। ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত হ’ল অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনৰ ওপৰত এক বিশেষ অনুষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সমগ্ৰ বিশ্বজুৰি চেনেলটোৰ এংকৰ তথা চেফ চাৰাহ টডৰ ‘Awesome Assam’ নামৰ এক বিশেষ অনুষ্ঠান সম্প্ৰচাৰিত হয়। উল্লেখযোগ্য …

বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ এটা ডাঙৰ উৎসৱ। কাৰণ বৰদিনৰ দিনা যীশু খ্রীষ্টৰ জন্ম হৈছিল। সেয়েহে তেওঁলোকৰ বাবে এইটো এটা সুখৰ উৎসৱ । খ্ৰীষ্টানসকলৰ লগতে আন আন ধৰ্মৰ লোকসকলেও বৰদিন উদযাপন কৰে, আমিও কৰোঁ। বছৰৰ অন্তিমটো মাহৰ ২৫ তাৰিখে আমি সকলোৱে এই উৎসৱটিক অতি উলহ মালহেৰে নিজ নিজ পৰিয়াল, ওচৰ-চুবুৰীয়া তথা বন্ধু-বান্ধৱৰ লগত উদযাপন কৰাৰ …

নিজকে ধুনীয়াকৈ সজাই-পৰাই ৰখাৰ উপৰিও আমি নিজে থকা ঘৰখনো চাফ-চিকুণ কৰি সজাই-পৰাই ৰাখিবলৈ সদায় যত্নপৰ হওঁ। বতৰৰ ওপৰত লক্ষ্য ৰাখি ঘৰৰ দুৱাৰ-খিৰিকীৰ পৰ্দা, বিচনা চাদৰ, গাৰু কভাৰ, কুশ্বন কভাৰ আদিবোৰ ব্যৱহাৰ কৰিলে ই দেখনীয়া  হোৱাৰ লগতে মন তথা চকুযুৰিকো শান্ত আৰু তাজা কৰি তোলে। ৰঙে ৰুমটোক গৰম বা ঠাণ্ডা কৰি ৰখাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন …

যুবতী-বোৱাৰীসকলৰ সাজ-সজ্জাৰ আধুনিকতা দিনে দিনে সলনি হৈ আহিছে। সকলোৱে নিজকে সজাই-পৰাই আধুনিকতাৰ ফালে আগবাঢ়ি গৈছে। সেয়েহে এই আধুনিকতাক কেন্দ্র কৰি আজিৰ শিতানত কেইটামান ব্লাউজৰ ডিজাইন আগবঢ়োৱা হ’ল । আশা কৰো আপোনালোকক সকলোৱে ভাল পাব। ১/গোল ডিঙিৰ ব্লাউজ- আপোনাৰ প্রত্যেক দিনাৰ পিন্ধনত গোল ডিঙিৰ ব্লাউজ শাৰীৰ লগত পৰিধান কৰিব পাৰে। এইবিধ ব্লাউজ দেখাত সৰল। ৩/৪ চাউজৰ …

 মানুহৰ ছালৰ প্ৰকাৰ সাধাৰণতে বেলেগ বেলেগ। কিছুমানৰ চালখন শুকান বা তেলতীয়া নাইবা কিছুমানৰ শুকান আৰু তেলতীয়াৰ মিশ্রণৰ থাকে। যুৱতী তথা মহিলা সকলে নিজকে ধুনীয়াকৈ সজাই ৰাখিবলৈ মেকআপৰ ব্যৱহাৰ কৰে। গৰম দিন আৰু ঠাণ্ডা দিনৰ উভয়ৰে মেকআপ বেলেগ বেলেগ। সেয়েহে ঋতু অনুযায়ী মেকআপ কৰাতো দৰকাৰ। আজিৰ এই শিতানত ঠাণ্ডাৰ দিনত কেনেকৈ মেকআপ কৰিবতাৰ সম্পৰ্কে কিছু টিপছ …

শীত কালত নিজকে জাৰৰ পৰা বচোৱাৰ লগতে নিজকে দেখনীয়া কৰাৰো যথেষ্ট প্রয়োজন। দেখনীয়া শব্দটো আহিলেই আহি পৰে আন এক নাম সেইয়া হ’ল ফেশ্বন। কিন্তু শীত কালত নো কেনেধৰণৰ ফেশ্বন,বহুসময়ত এই বুলি প্রশ্ন আহি পৰে।  সেয়েহে শীত কালত ফেশ্বনৰ লগতে জাৰৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিলে ভাল হ’ব তাৰেই কিছু টিপছৰ বিষয়ে আলোচনা কৰা হল- ১) …