Posts in category

মনোৰঞ্জন


অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’

Read More

ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ‘Someone to Watch’ পুৰস্কাৰ লাভেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমগৌৰৱ ৰীমা দাস

Read More

‘Green Book’ ছবিলৈ ৯১ সংখ্যক শ্ৰেষ্ঠ ছবিৰ অস্কাৰ; ৰামি মালেকলৈ শ্ৰেষ্ঠ অভিনেতা, অলিভিয়া ক’লমেনলৈ শ্ৰেষ্ঠ অভিনেত্ৰী তথা আলফন্সো কুৱাৰনেলৈ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বৰপেটা, ৪ এপ্ৰিল, ২০১৯ঃ- অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়োৱা হৈছে ‘বৰপেটা বঁটা’। প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট অসমীয়া অভিনেত্ৰীগৰাকীলৈ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’ আগবঢ়াইছে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, প্ৰতিবছৰৰ দৰে এইবছৰো সত্ৰনগৰী বৰপেটাৰ নামত ছাত্ৰ সন্থাই পহিলা ব’হাগৰ দিনটোত তেওঁক এই সন্মানীয় বঁটাটি প্ৰদান কৰিব।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ মাৰ্চ, ২০১৯ঃ- যেন সফলতাৰ আন এক নামেই হৈ পৰিছে ৰীমা দাস। কাৰণ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসমৰ জীয়ৰীগৰাকী। প্ৰাপ্ত তথ্য অনুসৰি, ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসলৈ আগবঢ়োৱা হ’ল ‘Someone to Watch’ পুৰস্কাৰ। মন কৰিবলগীয়া কথা যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈঁ এই পুৰস্কাৰ আগবঢ়োৱা …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী, ২০১৯ঃ- সোমবাৰে অনুষ্ঠিত হ’ল বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা ‘অস্কাৰ’ প্ৰদান অনুষ্ঠান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লজ এঞ্জেলজৰ দ’লবে থিয়েটাৰত আয়োজিত ৯১ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন শিতানত বিজয়ীসকলক অস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, এই অনুষ্ঠানত ‘Green Book’ ছবিখনে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ বঁটা লাভ কৰাৰ বিপৰীতে ‘Bohemian Rhapsody’ ছবিৰ বাবে ৰামি মালেকে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ইয়াৰোপৰি, ‘The Favourite’ চলচ্চিত্ৰৰ বাবে অলিভিয়া ক’লমেনলৈ শ্ৰেষ্ঠ অভিনেত্ৰী তথা আলফন্সো কুৱাৰনেলৈ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ প্ৰদান কৰা হয়। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০১৯ঃ- ছালমান খানৰ নতুনকৈ আহিবলগীয়া ছবি ‘নোটবুক’ৰ সকলো গানৰ পৰা আতঁৰোৱা হ’ল পাকিস্তানী গায়কক আটিফ আছলামক। প্ৰাপ্ত তথ্য অনুসৰি, পুলবামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই সৰ্বভাৰতীয় চিনেমা সংস্থাই ভাৰতৰ ছবি জগতত পাকিস্তানী গায়ক তথা অভিনেতাক নিষিদ্ধ ঘোষণা কৰাৰ পাছতেই অভিনেতা ছালমান খানে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ছালমান খানৰ লগতে বহুকেইজন প্ৰখ্যাত শিল্পীয়ে অভিনয় কৰা নতুনকৈ আহিব লগা ছবি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিব্ৰুগড়, ১৯ ফেব্ৰুৱাৰী, ২০১৯ঃ- অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ আগবঢ়োৱা হ’ল ২০১৯ বৰ্ষৰ ‘বিজু ফুকন বঁটা’। প্ৰাপ্ত তথ্য অনুসৰি, অসমীয়া চলচিত্ৰৰ মহানায়ক বিজু ফুকনৰ স্মৃতিত অসম চৰকাৰে ডিব্ৰুগড়ত আয়োজন কৰা ২০১৯ বৰ্ষৰ ‘বিজু ফুকন বঁটা’ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনেতা বিষ্ণু খাৰঘৰীয়াক উক্ত বঁটাৰে সন্মানিত কৰে। উল্লেখযোগ্য যে, ‘ডাঃ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০১৮ঃ- যুগ্ম জীৱনৰ পাতনি মেলিলে মুকেশ আম্বানী তনয়া ঈশা আম্বানীয়ে। বুধবাৰে অনুষ্ঠিত হোৱা বিবাহ অনুষ্ঠানত দেশৰ অন্যতম বিখ্যাত উদ্যোগপতি অজয় পিৰামলৰ পুত্ৰ আনন্দ পিৰামলৰ সৈতে অগ্নিক সাক্ষীক কৰি মাংগলিক নীতিৰে বিবাহপাশত আৱদ্ধ হয়। উল্লেখযোগ্য যে, মুকেশ আম্বানীৰ প্ৰসাদোপম অট্টালিকা ‘এণ্টিলিয়া’ত আয়োজন কৰা বিবাহ অনুষ্ঠানত প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২ ডিচেম্বৰ, ২০১৮ঃ- গুৱাহাটী মহানগৰীত আয়োজিত ‘৬ষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল-২০১৮’ৰ অৱশেষত সামৰণি পৰে।। প্ৰাপ্ত তথ্য অনুসৰি, তত্ব ক্ৰিয়েচনৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই. টি. এ. সাংস্কৃতিক প্ৰকল্পত বিগত বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই চলচিত্ৰ মহোৎসৱটোৰ শনিবাৰে সমাপ্ত হয়। উল্লেখযোগ্য যে, দেশৰ অন্যতম বৃহৎ চলচিত্ৰ মহোৎসৱটোত বিশিষ্ট চলচিত্ৰ পৰিচালক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ল ‘৬ষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল’। প্ৰাপ্ত তথ্য অনুসৰি, তত্ব ক্ৰিয়েচনৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই. টি. এ. সাংস্কৃতিক প্ৰকল্পত চাৰিদিনীয়া কাৰ্যসূচীৰে এই চলচিত্ৰ মহোৎসৱটোৰ শুভাৰম্ভণি হয়। উল্লেখযোগ্য যে, সন্ধ্যা ৫ বাজি ৩০ মিনিটত দেশৰ অন্যতম বৃহৎ চলচিত্ৰ মহোৎসৱটোৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ নৱেম্বৰ, ২০১৮ঃ- বুধবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব ‘৬ষ্ঠ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল’। প্ৰাপ্ত তথ্য অনুসৰি, তত্ৱ ক্ৰিয়েচনৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই. টি. এ. সাংস্কৃতিক প্ৰকল্পত চাৰিদিনীয়া কাৰ্যসূচীৰে ২৮ নৱেম্বৰৰ পৰা এই চলচিত্ৰ মহোৎসৱটো আৰম্ভ হ’ব। উল্লেখযোগ্য যে, দেশৰ বৃহৎ চলচিত্ৰ মহোৎসৱসমূহৰ অন্যতম এই মহোৎসৱটোৰ উদ্বোধনী অনুষ্ঠান সন্ধ্যা ৫ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ নৱেম্বৰ, ২০১৮ঃ- দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ সামৰণিৰে নিজম পৰিল জ্যোতি চিত্ৰবন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ জ্যোতি চিত্ৰবন চলচিত্ৰ সমাজে ডঃ ভূপেন হাজৰিকা ৰিজ’নেল গভৰ্ণমেন্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ সহযোগত ৭ দিনীয়া কাৰ্যসূচীৰে ২৫ অক্টোবৰৰ পৰা আয়োজন কৰা এই মহোৎসৱটোত প্ৰথমবাৰৰ তুলনাত …