Posts in category

ৰাজনীতি


উচতনিমূলক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হোৱা AIUDF বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Read More

উচতনিমূলক মন্তব্য দি গ্ৰেপ্তাৰ ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলাম

Read More

তেলেংগানাত লকডাউন ভংগৰে ৰামনৱমী সমাৰোহত অংশ ল’লে কে. চন্দ্ৰশেখৰ ৰাও মন্ত্ৰীসভাৰ দুই মন্ত্ৰীয়ে

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নগাঁও, ৭ এপ্ৰিল, ২০২০ঃ- ৰাজ্য চৰকাৰে COVID-19 পজিটিভ ৰোগীৰ বাবে স্থাপন কৰা আইছ’লেশ্যন কক্ষক লৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হোৱা ধিং সমষ্টিৰ AIUDF বিধায়ক আমিনুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, উচতনিমূলক মন্তব্য দিয়া এটা অডিঅ’ মেচেজ তৈয়াৰ কৰি প্ৰচাৰ কৰা বিধায়কজনৰ বিৰুদ্ধে নগাওঁ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৭ এপ্ৰিল, ২০২০ঃ- মাৰাত্মক COVID-19 প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে ফেচবুকত সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দি গ্ৰেপ্তাৰ হ’ল ধিঙৰ বিধায়ক আমিনুল ইছলাম। প্ৰাপ্ত তথ্য অনুসৰি, AIUDF দলৰ বিধায়কজনক আজি পুৱা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, মাৰাত্মক ভাইৰাছবিধৰ পৰা অসমৰ জনতাক ৰক্ষাৰ বাবে অসম চৰকাৰে কৰা প্ৰয়াসক বিফল …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২ এপ্ৰিল, ২০২০ঃ- বিশ্বৰ চৌদিশে সন্ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰোণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত আমাৰ দেশত প্ৰযোজ্য হৈ থকা লকডাউনক ভেঙুচালি প্ৰদৰ্শন কৰিলে তেলেংগানাৰ জনপ্ৰতিনিধিয়ে। আজি পবিত্ৰ ৰামনৱমী উপলক্ষে ৰাজ্যখনৰ প্ৰসিদ্ধ সীতাৰাম চন্দ্ৰ স্বামী  মন্দিৰ বধ্ৰচলমত আয়োজিত সমাৰোহত পত্নীসহ অংশ লয় কে. চন্দ্ৰশেখৰ ৰাও মন্ত্ৰীসভাৰ দুই মন্ত্ৰী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শিৱসাগৰ, ৩১ মাৰ্চ, ২০২০ঃ- কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ উদ্যোগত অব্যাহত থকা মাৰাত্মক COVID-19বিৰোধী যুঁজলৈ নিজৰ আৰ্থিক অনুদান আগবঢ়ালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। প্ৰাপ্ত তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই সাংসদগৰাকীয়ে নিজৰ MPLAD ফাণ্ডৰ পৰা ডেৰ কোটি টকাৰ অনুদান আগবঢ়াইছে।উল্লেখযোগ্য যে, এই অনুদানৰ উপৰিও সাংসদজনে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ মাৰ্চ, ২০২০ঃ- সংহাৰী COVID-19এ সমগ্ৰ বিশ্বতে তাণ্ডৱ চলাই থকাৰ সময়তে আমাৰ দেশ ভাৰতবৰ্ষত অব্যাহত আছে ২১ দিনীয়া লকডাউন। এই লকডাউনৰ সময়ছোৱাত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে নিজৰ যুজঁ চলাই থকা সময়তে চৰকাৰক আৰ্থিকভাৱে বিভিন্নজনে সহযোগিতা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰলৈ সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্য অসমৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ মাৰ্চ, ২০২০ঃ- সাম্প্ৰতিক সময়ত বিশ্বৰ বিভিন্ন স্থানত সংহাৰী ৰচপ ধাৰণ কৰা COVID-19ত আমাৰ দেশ ভাৰতবৰ্ষতো প্ৰায় ৯ শতাধিক লোক আক্ৰান্ত হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। COVID-19ৰ এই ভয়াবহতাৰ মাজতেই শাসকীয় দল BJPএ গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতৰ COVID-19বিৰোধী যুঁজলৈ সাহাৰ্য হিচাপে দলটোৰ প্ৰতিজন সাংসদে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ মাৰ্চ, ২০২০ঃ মাৰাত্মক ক’ৰোণা ভাইৰাছৰ সংহাৰৰ এই জটিল সময়ছোৱাত AIUDFপ্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজনৈতিক নেতাজজনে COVID-19বিৰোধী যুঁজখনত ৰাজ্য চৰকাৰৰ কাষত থিয় দি অসম আৰোগ্য নিধিলৈ নিজৰ সাংসদ পুঁজিৰ পৰা ডেৰ কোটি টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ মাৰ্চ, ২০২০ঃ- নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে দেশৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ থকা পৰিলক্ষিত হৈছে। তাৰেই এক প্ৰতিফলন ঘটিল তেলেংগানা বিধানসভাৰ মজিয়াত। প্ৰাপ্ত তথ্য অনুসৰি, তেলেংগানা বিধানসভাই সোমবাৰে ‘কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে বিধানসভাত আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰি দেশত এতিয়াও …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ঃ- অৱশেষত অৱসান ঘটিল ৰাজ্যসভাৰ মনোনয়নৰ জল্পনা-কল্পনাৰ। অহা ২৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ ৩খন ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিলৰ বাবে আজি আছিল অন্তিমটো দিন। এতিয়ালৈকে বিজেপিৰ ভুৱনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এ.আই.ইউ.ডি.এফ সমৰ্থিত অজিত কুমাৰ ভূঞাই মনোনয়ন দাখিল কৰিছে অৰ্থাৎ তিনিওজনৰ জয় নিশ্চিত হৈ পৰিল। উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৭ নৱেম্বৰ, ২০১৯ঃ- ৰাজধানী দিল্লীৰ দেখা গৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য তথা পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰৰ সন্ধানহীনতাৰ পোষ্টাৰ। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ ITO অঞ্চল্ৰ গছ আৰু দেৱালত আঁৰি দিয়া হৈছে তেনে পোষ্টাৰ য’ত লিখা আছে- ‘‘আপুনি গৌতম গম্ভীৰক ক’ৰবাত দেখিছে নেকি। শেষবাৰ তেখেতক ইন্দোৰত জেলেপী খাই থকা …