Posts in category

বিজ্ঞান-প্ৰযুক্তি


ইছৰ’ৰ আন এক বৃহৎ সফলতা লাভ; ১ এপ্ৰিলত মহাকাশলৈ প্ৰেৰণ কৰিলে PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ

Read More

১ এপ্ৰিলত ইছৰ’ৱে মহাকাশলৈ প্ৰেৰণ কৰিব PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ

Read More

WorldWideWebৰ ৩০টা বছৰ পূৰ্ণ; GOOGLEএ প্ৰস্তুত কৰিলে আকৰ্ষণীয় DOODLE

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ এপ্ৰিল, ২০১৯ঃ- আন এক বৃহৎ সফল কাৰ্য সম্পন্ন কৰিলে Indian Space Research Organisation চমুকৈ ISRO এ। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, ভাৰতীয় সময় অনুসৰি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- আন এক বৃহৎ কাৰ্যৰ দিশত অগ্ৰসৰ হৈছে Indian Space Research Organisation চমুকৈ ISRO। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ভাৰতীয় সময় অনুসৰি পুৱা ৯ বাজি ৩০ মিনিটত PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- মানুহে নিজৰ দৈনন্দিন জীৱনত বিভিন্ন কাম-কাজ সম্পাদন কৰাৰ সময়ত যেতিয়াই ইন্টাৰনেটৰ ব্যৱহাৰ কৰে তেতিয়া এটা বিশেষ এপ্লিকেশ্ব্যনৰ সহায় লয়, সেইটো হ’ল WWW অৰ্থাৎ World Wide Web| আজিৰ দিনটোতেই এই WorldWideWebএ সম্পূৰ্ণ কৰিলে ৩০ টা বছৰ। প্ৰাপ্ত তথ্য অনুসৰি, আজিৰ পৰা ৩০ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৯ চনৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ১৩ ফেব্ৰুৱাৰী, ২০১৯ঃ- সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়াললৈ সু-খবৰ। কাৰণ বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংকুৰণ দত্ত বিজ্ঞান সংযোগৰ ২০১৮ বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মানৰ বাবে মনোনীত কৰা হৈছে।মন কৰিবলগীয়া কথা যে, বৈদ্যুতিন মাধ্যম হিচাপে সামূহিক অনাঁতাৰ সেৱা’ ব্যৱহাৰেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কাম কৰা প্ৰথম অসমীয়া বিজ্ঞান সংযোগকাৰী হিচাবে …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৬ জুলাই, ২০১৮ঃ- ২৭ জুলাইত সংঘটিত হ’ব একবিংশ শতিকাৰ সকলোতকৈ সৰ্ববৃহৎ চন্দ্ৰগ্ৰহণ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ২৭ জুলাই শুক্ৰবাৰে সংঘটিত হ’বলগীয়া চন্দ্ৰগ্ৰহণৰ ফলত পৃথিৱীৰ ক’লা ছায়াই চন্দ্ৰটোক সম্পূৰ্ণৰূপে প্ৰভাৱান্বিত কৰিব। মন কৰিবলগীয়া কথা যে, ভাৰতীয় সময় অনুসৰি নিশা ১০ বাজি ৫৪ মিনিটত আৰম্ভ হ’বলগীয়া চন্দ্ৰগ্ৰহণটো চলিত বৰ্ষৰ জানুৱাৰী মাহত হৈ যোৱা চন্দ্ৰগ্ৰহণতকৈ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২ এপ্ৰিল, ২০১৮ঃ- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অবিহনে সমাজ তথা দেশৰ উন্নয়ন কল্পনাতীত। অতীজৰ দিনৰ পৰাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিস্কাৰ, উদ্ভাৱনে মানুহৰ দৈনন্দিন জীৱনক দি আহিছে এক অনন্য মাত্ৰা। আজিও বিশ্বৰ বিভিন্ন প্ৰান্তত বিজ্ঞানীসকল মগ্ন নতুন নতুন আৱিস্কাৰ তথা উদ্ভাৱনৰ সন্ধানত। আমাৰ দেশ ভাৰতবৰ্ষৰ বহুকেইজন বিজ্ঞানী যেনেঃ- চি. ভি. …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৫ মাৰ্চ, ২০১৮ঃ- বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত ‘চায়েঞ্চ অন এ স্ফেয়াৰ’ নামৰ এটি নতুন যন্ত্ৰৰ উদ্বোধন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, খানাপাৰাস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰত নতুনকৈ সংস্থাপিত হোৱা গোলকীয় প্ৰক্ষেপণ ব্যৱস্থাসম্পৰ্কীয় যন্ত্ৰটোৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত তথা তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্বত …

অনলাইন ডেস্ক, ৰিপাব্লিক এন.ই., ৭ ফেব্ৰুৱাৰী, ২০১৮:- বুধবাৰে আমেৰিকাস্থিত মহাকাশ এজেন্সি ‘দ্যা নেচনেল এৰ’নেটিক্স এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন’ চমুকৈ ‘নাছা’ই মহাকাশলৈ উৎক্ষেপণ কৰিলে এটা শক্তিশালী ৰকেট। বিশ্বৰ সৰ্ববৃ্হৎ মহাকাশ এজেন্সি নাছাই নিজৰ ৱেবচাইটত প্ৰকাশ কৰা অনুসৰি, উক্ত ৰকেটটি ভাৰতীয় সময় মতে ১২ বজাত প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও প্ৰক্ষেপণ সম্পৰ্কীয় কিছু কাৰণত ২ বাজি ২৫ মিনিটতহে …

অনলাইন ডেস্ক, ২ ডিচেম্বৰ, ২০১৭ঃ– সাম্প্ৰতিক সময়ছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন উদ্ভাৱনে বহুতো অসম্ভৱ কামো সম্ভৱপৰ কৰি তুলিছে।  তাৰেই এক প্ৰতিফলন গটিল নিউজিলেণ্ডত।  তাৰ বিজ্ঞানীসকলে পৃথিৱীৰ প্ৰথমজন কৃত্ৰিম বুদ্ধিসম্পন্ন ৰাজনীতিকৰ সৃষ্টি কৰিছে যি বাস্তৱতে একোটা ৰবটহে। এই ৰবটটোৰ প্ৰধান বৈশিষ্ট্য এয়ে যে ই প্ৰবজন, শিক্ষা,  বসবাস আদি সম্পৰ্কীয় বিভিন্ন প্ৰশ্নৰ উত্তৰ সহজতে দিব পাৰে। কেৱল …