Posts in category

প্ৰকৃতি


ক’ৰোনাতংক; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিদেশী পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ

Read More

খুমটাইত ৬৯ তম বন মহোৎসৱ সপ্তাহ উদযাপন; শতাধিক গছপুলি ৰোপন ও বিতঁৰণ

Read More

নহিৰা ‘অল্টাৰনেট ৰুৰেল মুভমেন্ট’ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গোলাঘাট, ১৬ মাৰ্চ, ২০২০ঃ- বৰ্তমান সময়ত আতংকৰ আন এটা নাম হ’ল ক’ৰোনা ভাইৰাছ। সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষত ভাইৰাছবিধৰ বাবে ক্ৰমাৎ বৃদ্ধি পাই আহিব ধৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেওবাৰে এক সংবাদমেলৰ জৰিয়তে জাৰি কৰা জাননী অনুসৰি অহা ২৯ মাৰ্চ তাৰিখলৈকে অসমত স্কুল, কলেজ, বিশ্ববিদ্যালয়, চিনেমা হল, জিম, …

গোলাঘাটৰ পৰা নবীন গোহাঁই প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৬ জুলাই, ২০১৮ঃ- ৰাজ্যৰ আন আন ঠাইৰ দৰে গোলাঘাট জিলাৰ খুমটাইত উদযাপন কৰা হৈছে ৬৯ তম বন মহোৎসৱ সপ্তাহ। প্ৰাপ্ত তথ্য অনুসৰি, এই বন মহোৎসৱ সপ্তাহটিৰ লগত সংগতি ৰাখি মঙলবাৰে খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন ‘অয়ন’ আৰু খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ যুটীয়া উদ্যোগত তথা গোলাঘাট বন বিভাগৰ …

নহিৰাৰ পৰা জুৰিতা দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৫ জুন, ২০১৮ঃ- ৰাজ্যৰ আন আন ঠাইৰ লগতে দক্ষিণ কামৰূপতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত ‘অল্টাৰনেট ৰুৰেল মুভমেন্ট’ চমুকৈ ‘এ.আৰ.এম.’ৰ উদ্যোগত বৃক্ষৰোপণেৰে এই দিৱসটি উদযাপিত হয়। উল্লেখযোগ্য যে, ‘এ.আৰ.এম.’ৰ এই কাৰ্য্যসূচীত সংগঠনটোৰ সাংস্কৃতিক সম্পাদক দিৱস দাসৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্রী, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ৫ জুন, ২০১৮ঃ- বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে যোৰহাটত সাহিত্য সভাৰ উদ্যোগত এক অনুষ্ঠান আয়োজিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ শুভক্ষণত আয়োজন কৰা হয়্  ‘সেউজ যাত্ৰা’ৰ। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানটোতেই অৰণ্য মানৱৰূপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ অন্যতম অনুৰাগী প্ৰকৃতিপ্ৰেমী বিপুল …

 মিৰ্জাৰ পৰা ৰীতা ডাকুৱাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৫ জুন, ২০১৮ঃ- সমগ্ৰ ৰাজ্যৰ ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো পালন হয় বিশ্ব পৰিৱেশ দিৱস। প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত গড়গড়া হীৰাপাৰাৰ খেতিয়ক ৰাইজে ব্যতিক্ৰমীভাৱে এই দিৱসটি উদযাপন কৰে। উল্লেখযোগ্য যে, অঞ্চলটোৰ জ্যেষ্ঠ খেতিয়ক উমেশ কুমাৰে শুভ উদ্বোধন কৰা পৰিৱেশ সচেতনতামূলক শোভাযাত্ৰাটোত শতাধিক …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কলিয়াবৰ, ৫ জুন, ২০১৮ঃ- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত পৃথকে পৃথকে ভিন ভিন  কাৰ্যসূচী ৰূপায়িত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহকুমাটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত মঙলবাৰে দিৱসটি পালন কৰা হয়। উল্লেখযোগ্য যে,  স্বেচ্ছাসেৱী অনুষ্ঠান ‘অপেন ড’ৰ অসম’এ মিছাৰ হলী ফেইথ বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা মূলক অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰাৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ জুন, ২০১৮ঃ- কালিলৈ ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশৰ লগত জড়িত এই দিৱসটিৰ লগত সংগতি ৰাখি মঙলবাৰে ৰাজ্যখনৰ আইন শিক্ষাৰ অন্যতম কাণ্ডাৰীস্বৰূপ জগন্নাথ বৰুৱা চমুকৈ জে.বি. আইন মহাবিদ্যালয়ত এক বৃক্ষৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰা হ’ব। উল্লেখযোগ্য যে, পৰিৱেশৰ প্ৰতি সজাগতা আৰু সচেতনতা সৃষ্টি তথা বৃদ্ধিৰ বাবে আয়োজন হ’ব …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., জয়সাগৰ, ৪ জুন, ২০১৮ঃ- কালিলৈ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ দিৱস। এই দিৱসটোৰ লগত সংগতি ৰাখি জুবিন ফেন ক্লাৱ, শিৱসাগৰৰ উদ্যোগত আয়োজন কৰা হৈছে এক বিশেষ কাৰ্য্যসূচীৰ। উল্লেখযোগ্য যে, ফেন ক্লাৱটোৱে মঙলবাৰে পুৱা ৫ বজাৰে পৰা ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত ৰূপায়ন কৰিব বৃক্ষৰোপণ কাৰ্য্যসূচী। আনহাতে, প্ৰদূষণেৰে ভৰ-পূৰ হৈ থকা পৃথিৱীখনত প্ৰকৃতিৰ প্ৰতি অহা বিভিন্ন ভাবুকিসমূহক প্ৰত্যাহ্বানেৰে চাৰিওফালৰ …

প্ৰতিটো বছৰৰ বাৰিষাৰ কালছোৱা বিশেষকৈ এপ্ৰিল-মে’ মাহত বজ্ৰপাত পৰি বহুলোকৰ প্ৰাণহানি হোৱাৰ বাতৰি আমি প্ৰায়েই শুনা পাওঁ। এই বজ্ৰপাত নো কি সেইয়া জানো আহঁক। বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰ ঘৰ্ষণৰ হয় আৰু এই ঘৰ্ষণে বায়ুমণ্ডলত অসংখ্য আধানৰ সৃষ্টি কৰে অৰ্থাৎ বায়ুমণ্ডলটোৰ ওপৰৰ অংশত ধনাত্মক আধান আৰু …

নগাঁৱৰ পৰা ব্যুৰ’ চীফ ফাইজুৰ ৰহমানৰ প্ৰতিবেদন, ৰিপাব্লিক এন.ই., ৭ মে’, ২০১৮ঃ- এক অনাকাংক্ষিত খবৰে নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, নগাঁও চহৰক অসমৰ ভিতৰত অটাইতকৈ প্ৰদূষিত নগৰ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে, এই তথ্য পৰিবেশগত গোট ‘গ্ৰীণ পিচ’ৰ  ‘Assessment of Air Pollution in Indian cities (ভাৰতীয় চহৰসমূহৰ প্ৰদূষণ মূল্যায়ন)’ চমুকৈ ‘এয়াৰপ’কেলিপছ’ৰ …