Posts in category

স্বাস্থ্য


মুখমণ্ডল চাফা আৰু সতেজ কৰি ৰখাৰ কেইটিমান ঘৰুৱা টিপছ

Read More

ফাকুৱাত ল’ব লগা সাৱধানতা 

Read More

চুলি সৰা বন্ধ কৰাৰ ঘৰুৱা উপায়ঃ

Read More

মানুহৰ মুখমণ্ডলত সাধাৰণতে অতি সোনকালে ধূলি, সূৰ্য্যৰ তাপ, ক্ষতিকাৰক বেক্টেৰিয়া আদিয়ে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। সেয়েহে মুখমণ্ডল চাফা কৰি ৰখাটো অতি জৰুৰী। গতিকে মুখখন পৰিষ্কাৰ কৰি ৰাখিবলৈ ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে। বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ উপলব্ধ যদিও এই ক্লিনজাৰ সকলোৰে বাবে উপকৃত নহ’বও পাৰে কিয়নো প্ৰতিজন ব্যক্তিৰে গাৰ ছাল কিছু কিছু পৰিমাণে বেলেগ থাকে। আজিৰ সৌন্দৰ্য্যৰ …

দেহৰ আন আন অংগৰ দৰে ছালৰ সৌন্দৰ্য্যই মানুহক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। সকলোৱে নিজৰ ছালখন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ সকলোৱে যত্ন কৰে। সেয়েহে স্বাস্থ্যৰ আজিৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা হৈছে ছাল আকৰ্ষণীয় কৰি ৰখাৰ এবিধ ঘৰুৱা সমিধান। ছালৰ উপকাৰিতাৰ বাবে কেইটিমান চকলেটৰ মাস্কঃ– ১) সুন্দৰ আৰু উজ্জ্বতাৰ বাবেঃ- সমপৰিমাণৰ চকলেট পাউদাৰ, মুলটানি মাটি আৰু …

ফাকুৱা হ’ল ৰঙৰ উৎসৱ। সকলোৱে এই উৎসৱ হাঁহি-ধেমালীৰ মাজেৰে পালন কৰে। কিন্তু ফাকুৱাত ব্যৱহৃত ৰঙে আপোনাৰ ছাল-চুলি নষ্ট কৰিব পাৰে। সেয়েহে ছাল-চুলিৰ যতন কেনেকৈ ল’ব তাৰ কিছুমান টিপছ্ আপোনালোকৰ আগত আগবঢ়াইছো। আশা কৰো আপোনালোকে সুফল পাব।  #ফাকুৱা খেলাৰ আগত ল‘ব লগা সাৱধানতাঃ– চুলিৰ যতনঃ- ফাকুৱাৰ ৰঙে যাতে আপোনাৰ চুলিৰ ক্ষতি নকৰে তাৰ বাবে আপুনি চুলিকোছাত …

এজন মানুহৰ সাধাৰণ অৱস্থাত দৈনিক ৫০-১০০ ডাল মান চুলি সৰিব পাৰে, যিটো স্বাভাৱিক কথা। আনহাতে কেতিয়াবা কিছুমান মানুহ কোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত নাইবা ঋতু পৰিবৰ্তনৰ লগে লগে চুলি বেছিকৈ সৰিব ধৰে। কিন্তু সময়ত ই ঠিক হৈ যায় যাৰবাবে কোনো চিকিৎসাৰ প্ৰয়োজন নহয়। কিন্তু কেতিয়াবা চুলি যদি এনেকুৱা হাৰত সৰিবলৈ ধৰে যিয়ে আপোনাৰ …

শালমইনা যুৱক-যুৱতী উভয়ে সন্মুখীন হোৱা এক সমস্যা। কৈশোৰ প্ৰাপ্তিৰ পাছৰেই পৰা কম-বেছি পৰিমাণে সকলোৱে এই সমস্যাত ভোগা দেখা যায়। আজিৰ স্বাস্থ্যৰ শিতানত এই শালমইনা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ল’বলগা কেইটিমান ঘৰুৱা সমাধান আগবঢ়ালো- ১/ এগিলাছ কুহুমীয়া গৰম পানীত ১/৪ চাহচামোচ নিমখ মিহলাই মুখখন ভালকৈ ধুব। দিনে ৩-৪ বাৰ এনেকৈ ধুলে শালমইনা সোনকালে ভাল হয়। ২/ …

ডিজিটেল ডেস্ক, ২ জানুৱাৰী, ২০১৮ঃ- যিসময়ত অধিকাংশ লোকেই পুৰণি বছৰটোক বিদায় জনাই নতুন বছৰ ২০১৮ ক আদৰাৰ আনন্দত আত্মহাৰা হৈ আছে সেই সময়তে এগৰাকী পত্নীয়ে নিজৰ স্বামীক সুস্থ কৰিবলৈ অব্যাহত ৰখা একচেতিয়া সংগ্ৰামে বহুতৰে হৃদয় কন্দুৱাই তুলিছে। নলবাৰী জিলাৰ খাৰজাৰাৰ নিৱাসী সুদক্ষ খেলুৱৈ সুব্ৰত বৰ্মনে বিগত ৫৫ দিনৰো অধিক চেন্নাইস্থিত এপ’ল’ হস্পিতালৰ আ.চি.ইউ.ত ভৰ্তি হৈ …

ঠাণ্ডাৰ দিন কেইটাত নিজৰ শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰখাটো অতি জৰুৰী। ঠাণ্ডাৰ দিনত অলপ ঠাণ্ডা লাগিলেই সহজতে চর্দি-কাঁহ হোৱাটো স্বাভাৱিক কথা। কিন্তু এই ক্ষেত্ৰত আমি যদি কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰো তেন্তে ঠাণ্ডাই আমাৰ শৰীৰত বেয়াকৈ প্রভাৱ পৰিব পাৰে। সেয়েহে চর্দি-কাঁহৰ পৰা মুক্তি পাবলৈ আপোনালোকলৈ কেইটিমান ঘৰুৱা সমিধান আগবঢ়াইছো। চর্দিৰ পৰা মুক্তি পোৱাৰ কেইটিমান ঘৰুৱা সমাধান-> …

উফিৰ সমস্যা ঠাণ্ডা দিনৰ এক প্ৰধান সমস্যা। মূৰৰ চালত নতুন কোষৰ সৃষ্টি হৈ পুৰণি কোষবোৰ সৰি পৰাতো এক প্রাকৃতিক নিয়ম আৰু এই পুৰণি কোষবোৰেই হৈছে উফি। আচলতে উফি এটা সাধাৰণ সমস্যা। সকলোৱেই এই সমস্যাৰ ভুক্তভোগী হ’বলগীয়া হয়। কিন্তু যদি পুৰণি কোষবোৰ সৰি নপৰি মূৰত অত্যাধিক পৰিমাণে জমা হ’বলৈ ধৰে আৰু আমিও অৱহেলা কৰিবলৈ লওঁ তেতিয়া  …

অনলাইন ডেস্ক, ৩ ডিচেম্বৰ, ২০১৭ঃ শনিবাৰে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনে কয় যে মেক্স চিকিৎসালয়ৰ ওপৰত এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰয়োজন হ’লে চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হ’ব। লগতে কয় যে এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰি থকা হৈছে । উল্লেখ্য যে  চিকিৎসকৰ অৱহেলাৰ ফলস্বৰূপে চিকিৎসালয়খনে দুটি নৱজাত যমজ শিশু মৃত বুলি ঘোষনা কৰিছিল …