Posts in category

পৰ্যটন


ক্ৰমাৎ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত বাক্সাৰ ডাওধাৰা অঞ্চল

Read More

মাটিমাহৰ আঞ্জা আৰু হাঁহৰ মাংসৰে ঠেঙাল মেনৰত প্ৰিয়ংকা চোপ্ৰাৰ নৈশ আহাৰ; অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ

Read More

অসম পৰ্যটনৰ ৩ দিনীয়া কাৰ্য্যসূচীৰে যোৰহাটত বলিউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

Read More

বাক্সাৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন.ই. ১৮ নৱেম্বৰ, ২০১৮ঃ– ক্ৰমাৎ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে বাক্সাৰ এক বিশেষ অঞ্চল। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ ভূটান সীমান্তৱৰ্তী দাওধাৰাত দিনক দিনে বৃদ্ধি পাব ধৰিছে পৰ্যটকৰ লগতে পিকনিক দলৰ সংখ্যা। উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যোনৰ নিচেই গাতে লাগি থকা এই অঞ্চলৰ প্ৰাকৃতিক সোন্দৰ্য্য উপভোগৰ বাবে ভিন্ন প্ৰান্তৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তিতাবৰ, ২৯ এপ্ৰিল, ২০১৮ঃ- অসম পৰ্যটনৰ বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ  প্ৰিয়ঙ্কা চোপ্ৰাই শনিবাৰে নিশা সোৱাদ লয় অসমীয়া আহাৰৰ। প্ৰাপ্ত তথ্য অনুসৰি, নিশা তিতাবৰস্থিত ঠেঙাল মেনৰত আয়োজিত নৈশভোজত  বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিভিন্ন থলুৱা খাদ্যৰ লগতে মাটিমাহৰ আঞ্জা আৰু হাঁহৰ মাংসৰ জুতি লয়।উল্লেখযোগ্য যে, …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ২৮ এপ্ৰিল, ২০১৮ঃ- শনিবাৰে যোৰহাটত উপস্থিত হ’ল বলীউড অভিনেত্ৰী তথা অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰা। প্ৰাপ্ত তথ্য অনুসৰি, এখন বিশেষ বিমানেৰে বিয়লি ৪.৩০ বজাত ৰৰৈয়া বিমান বন্দৰত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে ন-আলি ঢেকিয়াজুলিৰ সৱৰ্ণপ্ৰভা বৰদলৈ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈ থকা বসন্ত উৎসৱত অংশগ্ৰহণ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ মাৰ্চ, ২০১৮ঃ- পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম। ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত হ’ল অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনৰ ওপৰত এক বিশেষ অনুষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সমগ্ৰ বিশ্বজুৰি চেনেলটোৰ এংকৰ তথা চেফ চাৰাহ টডৰ ‘Awesome Assam’ নামৰ এক বিশেষ অনুষ্ঠান সম্প্ৰচাৰিত হয়। উল্লেখযোগ্য …

ডিজিটেল ডেস্ক, ৰাণী, ৰিপাব্লিক এন. ই., ১১ ফেব্ৰুৱাৰী, ২০১৮ঃ- বিগত ৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা প্ৰথম বাৰ্ষিক দ্বীপৰ বিল মহোৎসৱৰ দেওবাৰে অনুষ্ঠিত মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। জৈৱ-বৈচিত্ৰ্যতাৰে ভৰপূৰ এই ঐতিহাসিক বিলখনে গুৱাহাটীৰ সৌন্দৰ্য বৃদ্ধি কৰাত এক অতুলনীয় ভূমিকা পালন কৰাৰ লগতে দেশ-বিদেশৰ পৰ্য্যটকক আকৰ্ষণ কৰি আহিছে। বাৰেৰহণীয়া কাৰ্য্যসূচীৰে তিনিদিনীয়াকৈ …